Home ৰাজ্যবিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ উপভোগ কৰিব নোৱাৰি নগঞাৰ লাগিছে দুখ

বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ উপভোগ কৰিব নোৱাৰি নগঞাৰ লাগিছে দুখ

by News Desk
65 views
A+A-
Reset

newsnextone.com | নগাঁওঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ ক’ব পাৰি ফুটবল জ্বৰ বুলিয়েই৷ 

কাৰণ এক-ডেৰ মাহ আগৰে পৰা এই পৰ্যন্ত ফুটবলৰ আলোচনাই সকলোতে প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ সৰ্বত্ৰে মাথোন ফুটবলৰ উন্মাদনা৷ ইফালে,প্ৰতি মুহূৰ্ততে উত্তেজনাৰে ভৰ-পূৰ এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰা প্ৰতিটো দলেই মৰণ-পণ যুঁজেৰে বিপক্ষ দলৰ ওপৰত জপিয়াই পৰিছে৷ প্ৰত্যেকটো দলেৰে লক্ষ্য এটাই ফুটবলৰ শ্ৰেষ্ঠ্যতাৰ খিতাপটো অৰ্জন কৰা৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0