65
newsnextone.com | ডিফুঃ দেওবাৰে পুনৰ ৰাজপথলৈ ওলাই আহিল কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ৷ কাৰ্বি পাহাৰত দিনে-নিশাই চলি থকা বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্য দেওবাৰে পুনৰ পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰংহাঙে বিভিন্ন আঁচনিৰ নিৰ্মাণ কাৰ্যস্থলিত উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
