117
মাজুলীঃ সমগ্ৰ ৰাজ্যত বিহুৰ উখল-মাখল পৰিৱেশৰ লগতে মাজুলীতো পৰম্পৰা অনুসৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
উল্লেখযোগ্য যে ঐতিহাসিক আউনীআটী সত্ৰই ৩৬৫ বছৰীয়া পৰম্পৰা অটুত ৰাখি আজি বছৰৰ প্ৰথম দিনটোত সত্ৰখনৰসমূহ বৈষ্ণৱে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বোৱাই ইজনে সিজনক বোকা সানি ৰং-ধেমালি কৰা পৰিলক্ষিত হৈছে।