Home অন্যান্য খবৰকৃষকক মাকৈৰ ভেজাল বীজ যোগান, কষ্টৰ খেতি গ’ল অথলে

কৃষকক মাকৈৰ ভেজাল বীজ যোগান, কষ্টৰ খেতি গ’ল অথলে

by News Desk
108 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া অঞ্চলৰ কৃষক ৰাইজক ব্যৱসায়ীয়ে ভেজাল বীজ যোগান ধৰাৰ অভিযোগ উঠিছে৷ বহু কৃষকে অতি কষ্টৰে হাজাৰ হাজাৰ টকা খৰচ কৰি মাকৈৰ খেতি কৰিছিল যদিও সময় উকলি যোৱাৰ পিছতো মাকৈ নলগাত মূৰে-কপালে হাত দিছে কৃষকে।

যাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কৃষি ক্ষেত্ৰত কৃষকক ভেজাল মুক্ত বীজ যোগান ধৰি কৃষি শস্যৰ উৎপাদন বৃদ্ধিৰ ঢাক-ঢোল বজাই থাকিলেও কৃষকসকল কিন্তু ভেজাল মুক্ত বীজ নোপোৱাৰ অভিযোগ উঠিছে৷ ফলত যোৱা বছৰৰ দৰে এইবছৰো কৃষকসকলে মাকৈৰ শ শ বিঘা খেতি কৰি সৰ্বস্বান্ত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0