61
newsnextone.com | ডিজিটেল ডেস্কঃ বিগত এসপ্তাহ ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে৷ কেইবাটাও নদীৰ পানী বাঢ়ি অহাৰ ফলত ৰাজ্যৰ বিভিন্ন এলেকা ডুব যোৱাত যোগাযোগ ব্যৱস্থাও প্ৰায় ব্যাহত হয়৷ বিভিন্ন এলেকাত যোৱা দুদিন ধৰি পানীত ডুবি থাকিব লগা হয়৷
এতিয়ালৈ ৩৪,৬৯৩ হাজাৰ লোকক উদ্ধাৰ কৰি চৰকাৰে স্থাপন কৰা শিবিৰত ৰাখিব লগা হৈছে৷ ক্ৰমান্বয়ে পানী বাঢ়ি অহাত ৮,০৩৩টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে৷