60
গোগামুখঃ কঠালগুৰি গাঁৱৰ বেবী বৰুৱা মুচাহাৰী নামৰ এগৰাকী মহিলাই তিনিবছৰীয়া নিজ পুত্ৰ অৰিন্দমৰ সৈতে ১৫ এপ্ৰিলৰপৰা নিৰুদ্দেশ হৈ আছে৷ মাতৃ-পুত্ৰক কোনো দুৰ্বৃত্তই অপহৰণ সন্দেহ কৰিছে স্বামী প্ৰাঞ্জল মুছাহাৰীয়ে৷
আনহাতে ঘটনা সন্দৰ্ভত ১৬ এপ্ৰিলত গোগামুখ আৰক্ষী চকীত দাখিল কৰা এক অভিযোগৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰিছে যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই মাতৃ-পুত্ৰৰ।