Home ৰাজ্যগাঁৱৰ স্কুলত নাই বিদ্যুতৰ সংযোগ, বৰষুণ নহ’লে পঢ়াত মন নবহে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীৰ

গাঁৱৰ স্কুলত নাই বিদ্যুতৰ সংযোগ, বৰষুণ নহ’লে পঢ়াত মন নবহে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীৰ

by News Desk
100 views
A+A-
Reset

newsnextone.com | নগাঁওঃ ৰাজ্যত এতিয়া দেই পুৰি নিয়া গৰম৷ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানত বিদ্যুতৰ সংযোগ নথকাৰ ফলত ব্যাপক সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক৷ টিনৰ তলত আৰু পকী দেৱালত গৃহত সোমাই থাকিব লগীয়া হোৱাত গৰমত অসহ্য যন্ত্ৰণা সহিব লগীয়া হৈছে গ্ৰাম্য এলেকাৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে৷ কিয়নো গ্ৰাম্য এলেকাৰ প্ৰায় শিক্ষনুষ্ঠআনত নাই বিদ্যুতৰ সংযোগ আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা৷

এতিয়া ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0