Home ৰাজ্যঅসম-অৰুণাচল সীমান্তত ২৪ ঘণ্টীয়া অভিযান, জালত ৪ উগ্ৰপন্থী, বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তত ২৪ ঘণ্টীয়া অভিযান, জালত ৪ উগ্ৰপন্থী, বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

by News Desk
64 views
A+A-
Reset

newsnextone.com | লিডুঃ ২৪ ঘণ্টীয়া অভিযানৰ সফল পৰিসমাপ্তি ঘটালে ভাৰতীয় সেনা আৰু অসম-অৰুণাচল আৰক্ষীয়ে৷ অসম-অৰুণাচল পাহাৰত বৃহস্পতিবাৰে নিশাৰে পৰা চলোৱা অভিযানত শুকুৰবাৰে দিনৰ ভাগত হে সমাপ্ত হয়৷ সেনা আৰক্ষীয়ে এনডিএফবিৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷

তিনিচুকীয়া জিলাৰ জাগুনত বৃহস্পতিবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত ১৩নং অসম ৰাইফলচ, সেনাৰ শিখ ৰেজিমেণ্ট আৰু অসম আৰক্ষীৰ এটা বৃহৎ দলে অৰুণাচল আৰক্ষীৰ সহযোগত অঞ্চলটোৰ নগা ডুবি এলেকাক ঘেৰি লয়৷ এনডিএফবিৰ ঘাটি থকা বুলি খবৰ লাভ কৰি চলোৱা অভিযানত তিনিজনকৈ এনডিএফবিৰ কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এনডিএফবিৰ কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ লগতে লেখাপানীৰ পৰা এন এছ চি এন (কে)ৰ লিংকমেন এজনক ১৩নং অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0