Home ৰাজ্যচৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া লাটুমণি বৰ্মণক নিলম্বন, ভুৱা বিলেৰে চলাইছিল লুণ্ঠন

চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া লাটুমণি বৰ্মণক নিলম্বন, ভুৱা বিলেৰে চলাইছিল লুণ্ঠন

by News Desk
63 views
A+A-
Reset

newsnextone.com | মৰিগাওঁঃ মৰিগাওঁ জিলাৰ চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া লাটুমণি বৰ্মণক অৱশেষত বিভাগে নিলম্বন কৰে। বিতৰ্কিত বিষয়াজনক বিভাগে নিলম্বন কৰাৰ পিছত  স্থানীয় ৰাইজে শুভেচ্ছা যাচে বিভাগক। উল্লেখ্য যে, বিতৰ্কিত বিষয়া জনে দীৰ্ঘদিনৰ পৰা ভুৱা বিল প্ৰস্তুত কৰি ৰাইজৰ ধন হৰলুকি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল।

২০১৬ চনত কাৰ্যালয়ত আৰএমএচৰ দায়িত্বত থকা বৰ্মনে সংঘটিত কৰা কেইবাটাও বিয়াগোম লুণ্ঠনৰ তথ্য জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই পোহৰলৈ আনিছিল। সকলো লুণ্ঠনৰ সবিশেষ তথ্য দাখিল কৰি ছাত্ৰ সংগঠনটোৱে বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বিভাগক দাবী জনায়। কিন্তু বিভাগে ৰহস্যজনক কাৰণত এইসন্দৰ্ভত ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0