76
newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ এগৰাকী দম্পতিৰ মৃতদেহ গোৱাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। গোৱাৰ পানাজীৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে দম্পতিহালৰ মৃতদেহ।
জানিব পৰা মতে, যোৰহাটৰ শ্ৰীমন্ত বৰা আৰু পত্নী ৰিম্পী বৰাই কৰ্মসূত্ৰে গোৱাৰ পানাজীত থাকে। তাৰ পিছতে বুধবাৰে ভাড়া ঘৰত শ্ৰীমন্ত বৰা আৰু পত্নী ৰিম্পী বৰাৰ ভাড়া ঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ হয়।