Home ৰাজ্যগাঁৱৰ পথৰ উন্নয়ন-২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী, মুখ্যমন্ত্ৰীৰ জিলাত হিমন্ত-তপনৰ প্ৰতিকৃতি দাহ

গাঁৱৰ পথৰ উন্নয়ন-২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী, মুখ্যমন্ত্ৰীৰ জিলাত হিমন্ত-তপনৰ প্ৰতিকৃতি দাহ

by News Desk
57 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ পৰিৱৰ্তনৰ শ্ল’গান দিলেও প্ৰকৃততে যে চৰকাৰে পৰিৱৰ্তন কৰিব পৰা নাই সেই কথাৰ প্ৰমাণ পোৱা যায় গাঁও এলেকাৰ ৰাস্তা আৰু বিদ্যুতৰ সঘন লুকা-ভাকুৰ পৰা। বৰষুণে গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বৰষুণ দিলে গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথত বোকা-পানীৰে ঘৃননীয় পৰিবেশৰ হয়৷

বহু ভিতৰুৱা জকাইচুকৰ বাট-পথ ইমানেই কদৰ্যময় হৈ পৰে যে যাৰ ফলত একপ্ৰকাৰে যাতায়াত ব্যাহত হয়৷ গ্ৰামাঞ্চলৰ প্ৰায় বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰা হয় যদিও সোয় ফুটুকাৰ ফেনত পৰিণত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0