Home ৰাজ্যনগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈৰ পিতৃৰ দেহাৱসান

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈৰ পিতৃৰ দেহাৱসান

by News Desk
81 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ পাৰ্শ্ববৰ্তী হাতীচোং মৌজাৰ অন্তৰ্গত ভালুকমাৰী নিবাসী বিশিষ্ট সমাজকৰ্মী, হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা নগাঁৱৰ জেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈৰ পিতৃ ভদ্ৰকান্ত বৰদলৈৰ বৃহস্পতিবাৰে পুৱা ৬ বজাত নিজা বাস ভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনীত কাৰণত বিয়োগ ঘটা বৰদলৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৩ বছৰ। 

উল্লেখ্য যে, ১৯৩৫ চনত ভালুকমাৰী গাঁৱত জন্মগ্ৰহণ কৰা বৰদলৈয়ে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা সুখ্যাতিৰে সমাপ্ত কৰাৰ পিছত ৰাজ্য চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ কৰ্মচাৰী হিচাপে যোগদান কৰে। নগাঁও, মৰিগাঁও, লখিমপুৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত এগৰাকী দায়িত্বশীল কৰ্মচাৰী হিচাপে কৰ্ম সম্পাদন কৰি বৰদলৈয়ে ১৯৯৪ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0