newsnextone.com | কাকপথাৰঃ দীৰ্ঘ সময় জীৱন সংগ্ৰামৰ ফল লাভ কৰি আগুৱাই যাব নোৱাৰি বাৰ বাৰে হাহাকাৰ কৰি উঠা অন্তৰক শান্তি দিবলৈ পিতৃক কাগজত লিখি মাধুৰ্য বুঢ়াগোহাঁয়ে জনাইছিল মই আৰু জীয়াই থাকিব নোখোজো। জীৱন যাত্ৰাৰ একাবেকা পথ আগুৱাই যাব নোৱাৰি মাধুৰ্যই বাৰে বাৰে অসমৰ মন্ত্ৰী-বিধায়ক, জাতীয় দল-সংগঠনৰ পৰা সহায় বিচাৰি হায়ৰাণ হৈ মনোকষ্ট লাভ কৰি অৱশেষত যেন মাধুৰ্যই ভাগৰি পৰিছিল৷
ক্লিক কৰি মাধুৰ্য সন্দৰ্ভত এইটো বাতৰি পঢ়ক এটেনশ্যন-টু-সোণোৱাল, ভাৰতীয় ক্ৰিকেট দলত স্থানপ্ৰাপ্ত মুকবধিৰ মাধুৰ্যই কান্দিছে