146
newsnextone.com | তেজপুৰঃ ধাৰাসাৰ বৰষুণে উত্ত-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যলৈ বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনৰে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ কঢ়িয়াই আনিছে। বিশেষকৈ অসম, অৰুণাচল বহু লোক গৃহহীন হৈ পৰাৰ আশংকা কৰা হৈছে।
অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত বাট-পথ বন্ধ হৈ পৰাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। অসম-অৰুণাচল সীমাত ভুতৰ ওপৰত দানৱ পৰাদি পৰিছে ভূমিস্খলন।