newsnextone.com | ৰঙিয়াঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনবাড়ী কৰ্মী-সহায়িকাই ৷ বাৰে বাৰে চৰকাৰে প্ৰতাৰণাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী-সহায়িকাই।
অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, আমাৰ দাবী মানি লওক, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে অংগনবাড়ী কৰ্মী-সহায়িকাই। ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰঙিয়া সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷