গুৱাহাটীঃ সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰথম বৰ্ষপুৰ্তি উপলক্ষে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অধিবক্তা বিষ্ণুৰাম মেধীৰ সোঁৱৰণিত প্ৰতিবছৰে আইনৰ ক্ষেত্ৰখনত জড়িত একোজন ব্যক্তিক আছুৰ তৰফৰ পৰা বিষ্ণুৰাম মেধি আদৰ্শ আইনজীৱি বঁটা প্ৰদান কৰা হয়।
সন্থাই এই বেলি এই বঁটাৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীক তথা অসম মাতৃৰ সুযোগ্য সন্তান ড° মুকুন্দকাম শৰ্মাক নিৰ্বাচন কৰা হৈছে। এই বটাত নগদ ৫০,০০০ টকা, চেলেং চাদৰ, এখন সফুৰা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।