Home ৰাজ্যনগাঁৱত বৰ্ণিল ৰূপত পালিত স্বাধীনতা দিৱস, পতাকাৰ তলত গুৰু-শিষ্যৰ মনোৰম দৃশ্য

নগাঁৱত বৰ্ণিল ৰূপত পালিত স্বাধীনতা দিৱস, পতাকাৰ তলত গুৰু-শিষ্যৰ মনোৰম দৃশ্য

by News Desk
73 views
A+A-
Reset

newsnextone.com | নগাঁওঃ দেশপ্ৰেমী অলেখজনৰ মৰণপণ সংগ্ৰাম আৰু আত্মত্যাগৰ বিনিময়ত ইংৰাজৰ হাতৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টৰ এক শুভ ক্ষণত ঘূৰি আহিছিল দেশৰ স্বাধীনতা ৷ সেয়ে তেতিয়াৰ পৰা দেশবাসীয়ে প্ৰতিবছৰে এই চিৰস্মৰণীয় দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপিত কৰি আহিছে ৷ 

কিন্তু বিগত বহুকেইটা বছৰত উগ্ৰপন্থী সংগঠনৰ নেতিবাচক ভূমিকাৰ বাবেই ১৫ আগষ্টৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰতি থকা ৰাইজৰ আৱেগ-অনুভূতি তথা উৎসাহ-উদ্দীপনা ৰাজ্যত ভালেখিনি হ্ৰাস পাইছিল ৷ কাৰণ ৰাজ্যত সিচঁৰিত হৈ থকা সৰু-বৰ উগ্ৰপন্থী সংগঠনসমূহে নিজৰ সাংগঠনিক স্থিতি তথা শক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে এনে ধৰণৰ মহান দিনত নানা হিংসাত্মক কাৰ্য-কলাপ সংঘটিত কৰাৰ বিপৰীতে এই দিৱস বৰ্জনৰ আহ্বান জনাই ৰাইজৰ মাজত একপ্ৰকাৰে আতংকৰ চাপ বিয়পাই তোলে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0