83
newsnextone.com | গুৱাহাটীঃ সদ্যপ্ৰয়াত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি দেশৰ সকলো নদীত বিসৰ্জন দিয়াৰ প্ৰস্তুতি চলিছে। অসমৰ ব্ৰহ্মপুত্ৰ নদীতো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অস্থি বিসৰ্জনৰ যো-জা চলিছে।
সেই উপলক্ষে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অটল বিহাৰী বাজপেয়ীৰ অস্থিৰ সৈতে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়।