64
গুৱাহাটীঃ চুৰি-ডকাইতি কৰি নহয়, এইবাৰ চখতে এজন সোমাল লক-আপত। তাকো সৰ্বসাধাৰণ নহয়, আইনৰ ৰক্ষকেই সোমাল লক-আপত।
ফেচবুকত ছেলফি মেনিয়াৰ চিকাৰ কেৱল কলেজীয়া ছাত্ৰ-ছাত্ৰীয়েই নহয়, আৰক্ষীয়েও সামিৰব নোৱাৰিলে ছেলফিৰ লোভ। সেয়ে ছেলফিৰ লোভ সামৰিব নোৱাৰি লক-আপত সোমাল আৰক্ষী। ফেচবুকত ফটো আপলোড দিবলৈ লক-আপৰ ভিতৰত সোমাই প’জ দিলে আৰক্ষী জোৱানে৷