103
newsnextone.com | মঙলদৈঃ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰি বিভাগত এতিয়া চৰম অৰাজকতা। বিভাগটোৰ জৰিয়তে নিম্নমানৰ কাম কৰি ঠিকাদাৰে ব্যাপক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ মঙলদৈৰ পিপিৰাদোকান বৰ নগাঁও গাওঁবাসীৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছতা আৰু শৌচালয় নিৰ্মাণ কৰাত গুৰুত্ব দিছে যদিও বিয়াগোম চৰকাৰী বিভাগটোৰ লগতে ঠিকাদাৰে কৰা কামৰ নমুনাই প্ৰমাণ কৰিছে শৌচাগাৰ নিৰ্মাণত হোৱা বিসংগতিৰ কথা।