Home ৰাজ্যতামুলপুৰত এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত বছৰ বছৰ ধৰি জিয়াতু ভুগিছে ৰাইজ

তামুলপুৰত এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত বছৰ বছৰ ধৰি জিয়াতু ভুগিছে ৰাইজ

by News Desk
65 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ দেশৰ উন্নয়নৰ বাবে শাসনাধিষ্ঠিত চৰকাখনে বহু আঁচনিৰ প্ৰৱৰ্তন কৰিছে ঠিকেই কিন্তু আজিও সেই আঁচনি সমূহে চুব পৰা নাই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা অঞ্চলক। 

আজিৰ তাৰিখতো নলা-নৰ্দমাৰ পানীয়েই একমাত্ৰ সাৰথি অঞ্চলবাসীৰ বাবে। ভাৰত-ভূটান সীমান্তত অৱস্থিত তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগাজুলী অঞ্চলৰ  গনেশগুৰি, চিগুনতলা আদিকে ধৰি প্ৰায় ৫ খন গাঁৱৰ ৰাইজৰ বাবে এটুপি বিশুদ্ধ খোৱা পানী এতিয়াও সপোন হৈয়ে ৰৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0