Home ৰাজনীতিআই-পিএচিৰ অনলাই পৰ্যবেক্ষণ, সকলোতকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোডী, দ্বিতীয়ত ৰাহুল

আই-পিএচিৰ অনলাই পৰ্যবেক্ষণ, সকলোতকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোডী, দ্বিতীয়ত ৰাহুল

by News Desk
50 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় আৰু বিৰোধী দলৰ মাজত তুমুল প্ৰতিদ্বন্দিতা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি আগন্তক নিৰ্বাচনত নিজ নিজ দলক জয়যুক্ত কৰাৰ স্বাৰ্থত লোকপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰতো দলীয় নেতা মন্ত্ৰী সকল উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে৷ 

বিশেষকৈ কেন্দ্ৰীয় শাসকীয় দলৰ নেতা অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ এবাৰ জয়যুক্ত হৈ কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে ন ন কৌশল অৱলম্বন কৰি নাগৰিকৰ মন জয় কৰাৰ বাবে চেষ্টা চলাই গৈছে৷ ইফালে পিছ পৰি ৰোৱা নাই বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীও৷ আগন্তক নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই কেন্দ্ৰৰ এনডিএ চৰকাৰক উভৰাই শাসকৰ গাদী দখল কৰাৰ ৰণত নামি পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0