Home ৰাজ্যশিক্ষক দিৱসত ১৫ গৰাকী কৃতী শিক্ষকক সন্মান জিলা প্ৰশাসনৰ

শিক্ষক দিৱসত ১৫ গৰাকী কৃতী শিক্ষকক সন্মান জিলা প্ৰশাসনৰ

by News Desk
75 views
A+A-
Reset

newsnextone.com। খাৰুপেটীয়াঃ বিশ্ব বিশ্ৰুত দাৰ্শনিক পণ্ডিত তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ৫ চেপ্তেম্বৰত আয়োজিত শিক্ষক দিৱস উপলক্ষে দৰঙৰ জিলা প্ৰশাসনে জিলাখনৰ ১৫ গৰাকীকৈ শিক্ষকক কৃতী শিক্ষক ৰূপে সন্মনিত কৰিব। দৰং জিলা প্ৰশাসনে জিলা ভিত্তিক মূল অনুষ্ঠানৰ আয়োজন কৰিছে আউলাচৌকাস্থিত ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

পুৱা দহ বজাত বন্তি প্ৰজ্বলনেৰে, ডঃ ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, মুকলি সভা, স্মৰণিকা উন্মোচন আৰু কৃতী শিক্ষকৰ বঁটা প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে ৫৭তম শিক্ষক দিৱসৰ দিনটি উদযাপন কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0