86
newsnextone.com। গুৱাহাটীঃ
অনিৰ্দিষ্ট কাললৈ ৰাজ্যত বিকল হৈ পৰিল ১০৮ মৃত্যুঞ্জয় আৰু ১০২ এম্বুলেন্স সেৱা।
চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত কৰ্মবিৰতিত বহিল দুই সেৱাৰ কৰ্মচাৰী সকল।