56
newsnextone.com। নলবাৰীঃ নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ উদ্যোগত বুধবাৰে শিক্ষক দিৱসৰ দিনটোত ভূগোল বিজ্ঞান বিভাগৰ নৱাগত আদৰণী সভা আৰু বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ দীনমণি ভাগৱতীৰ কৰ্মজীৱনৰ বিদায় অনুষ্ঠানটো আয়োজন কৰা হয়।
বিভাগৰ ছাত্ৰ চিন্ময় বৰুৱাই আতঁধৰা সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ গোস্বামী,ছাত্ৰ একতা সভাৰ সভাপতি দেৱজিত শৰ্মা আৰু সাধাৰণ সম্পাদক মানসজ্যোতি তালুকদাৰ সহ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।