130
newsnextone.com। খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি খাৰুপেটীয়াৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰা হয়। খাৰুপেটীয়া আজমল কলেজেত শিক্ষক দিৱস উপলক্ষে এখনি গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাখনত চাৰিজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।
