Home ৰাজ্যলালুংগাওঁ ধৰ্ষণ কাণ্ডৰ অপৰাধীৰ শাস্তিৰ দাবীত উত্তাল কহুঁৱাআটি

লালুংগাওঁ ধৰ্ষণ কাণ্ডৰ অপৰাধীৰ শাস্তিৰ দাবীত উত্তাল কহুঁৱাআটি

by News Desk
68 views
A+A-
Reset

newsnextone.com। নগাঁওঃ সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধনীয়াভেটী লালুংগাঁও বলাৎকাৰ কাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তিৰ দাবীত বৃহস্পতিবাৰে  উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই।

স্থানীয় কহুঁৱাআটি সমুহীয়া ভৱনত দিনৰ ১০ বজাৰ পৰা ধৰ্ষণকাৰী জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তি দিয়ক, মহিলাৰ নিৰাপত্তা আৰু মৰ্যদা সুনিশ্চিত কৰক, ধৰ্ষণজনিত সকলো ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰক, মহিলা আগুৱাই যাবই, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0