109
newsnextone.com। বিলাসীপাৰাঃ ভিডিও ফুটেজ দুটাক কেন্দ্ৰ কৰি বিলাসীপাৰা থানাৰ চৌহদ শতাধিক পুৰুষ-মহিলাই উতপ্ত কৰি তোলে। প্ৰকৃততে কি এই ভিডিও ফুটেজ ?
ধুবুৰী জিলাৰ বিলাসীপাৰাত ভাইৰেল হৈছে দুটাকৈ ভিডিও। ভাইৰেল ভিডিও এটাত জড়িত অসম আৰক্ষীৰ কনিষ্টবলৰ পত্নী আৰু বিলাসীপাৰাৰ দুটাকৈ সমবায় সমিতিৰ দুজনকৈ সচিব। ভিডিও ফুটেজটোত আৰক্ষীৰ কনিষ্টবল জনৰ পত্নী গৰাকীৰ লগত অসংযত অৱস্থাত সচিব দ্বয় স্পষ্ট হৈ পৰে।