136
newsnextone.com। বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাপটত গৃহত ভোটাৰ্চ পাটীৰ ভোটাৰশ্বিপ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়।
সভাত প্ৰধান বক্তা হিচাপে আসন অলংকৃত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল’ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি শ্ৰীযুত ললিত পেগু, বিশিষ্ট অতিথি হিচাপে অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদৰ সভাপতি শ্ৰীযুত তৰণী বসুমাতাৰী।