97
newsnextone.com।তেজপুৰঃ আজি সুধাকণ্ঠ ভুপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰা পৰিলক্ষিত হয়।
তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰে। বহু শিল্পীয়ে ভুপেন্দ্ৰ সংগীত পৰিবেশন কৰে। পুৱা সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ভূপেন হাজৰিকাৰ ভাতৃ নিপেন হাজৰিকাই।