105
newsnextone.com।তেজপুৰঃ একালৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ মনি কুমাৰ চুব্বা কেনে আছে ৷ দুবাৰকৈ বিধায়ক আৰু তিনিবাৰ সাংসদ হোৱা ৰাজনৈতিক নেতাজন ২০১৪ চনৰ পৰাই নেতাজনৰ জীৱন হুইল চেয়াৰত।
