Home ৰাজ্যউন্নয়নৰ ফোপোলা স্বৰূপ, মন্ত্ৰী পল্লৱৰ সমষ্টীত কাঠৰ দলঙে জলা কলা খুৱাইছে ৰাইজক

উন্নয়নৰ ফোপোলা স্বৰূপ, মন্ত্ৰী পল্লৱৰ সমষ্টীত কাঠৰ দলঙে জলা কলা খুৱাইছে ৰাইজক

by News Desk
56 views
A+A-
Reset

newsnextone.com| তেজপুৰঃ শোনিতপুৰ জিলা ৰঙাপৰা সমষ্টিৰ চাৰিখন গাঁও। চাৰিখন গাঁও চাৰিসীমা দুখন নদী। নদী দুখনত থকা দুখন ভঙা দলঙ হৈছে যাতায়তৰ ব্যৱস্থা। বিগত কুৰি বছৰ ধৰি দলঙ দুখন মেৰামতি নকৰাৰ ফলত গাঁও কেইখনৰ ৰাইজে হতাশাত ভূগি আহিছে। সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱ লোচন দাসক ৰাইজে বহু বাৰ আবেদন জনাই আহিছে যদিও কোনো পদক্ষেপ লোৱা দেখা নগ’ল। অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ সকলো কাঠৰ দলঙ পকী কৰণৰ কথা ঘোষণা কৰিছিল যদিও সেয়া কিয় কাৰ্যকৰী ব্যৱস্থা নহ’ল? সেয়া ডাঙৰ প্ৰশ্ন হয় ৰৈছে ৰাইজৰ মনত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0