Home ৰাজ্যনগাঁৱৰ খাটোৱালৰ ঘটনাস্থলীত উপস্থিত মন্ত্ৰী তপন গগৈ,কেশৱ মহন্ত, চাকৰিৰ পৰা নিলম্বিত ৩ বিষয়া-কৰ্মচাৰী

নগাঁৱৰ খাটোৱালৰ ঘটনাস্থলীত উপস্থিত মন্ত্ৰী তপন গগৈ,কেশৱ মহন্ত, চাকৰিৰ পৰা নিলম্বিত ৩ বিষয়া-কৰ্মচাৰী

by News Desk
55 views
A+A-
Reset

newsnextone.com | নগাঁওঃ শিৱসাগৰৰৰ দিছাং মুখৰ দিছিয়াল ঘাটত দিখৌৰ বুকুত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি ঘটা শোকাৱহ দুৰ্ঘটনাৰ পিছত পুনৰ এক অনুৰূপ ঘটনাই কঁপাই থৈ গ’ল সমগ্ৰ ৰাজ্য৷ শুকুৰবাৰে নগাঁও জিলাৰ জুৰীয়াৰ খাটোৱাল গাঁৱৰ এটা পুখুৰীত প্ৰাণ গ’ল একেটা পৰিয়ালৰে শিশুসহ ছয়জনকৈ লোকৰ। 

জানিব পৰা মতে, জুৰীয়াৰ নিকটৱৰ্তী খাটোৱাল গাঁৱত এটা পুখুৰীত ছিঙি পৰিছিল ১১ হাজাৰ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। যাৰ ফলত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে একেটা পৰিয়ালৰে শিশু সহ ৬ জন সদস্যই অকাল মৃত্যুক সাৱটি লয়৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0