ডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

Home ৰাজ্যডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

ডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

by News Desk
109 views
A+A-
Reset

newsnextone.com| ডিফুঃ গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ উদ্যোগত আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ জিলাখনত বৃদ্ধি পাই অহা শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহৰ ভয়াবহতাৰ কথা চিন্তা কৰি ডিফু চহৰৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে৷ সভাত উপস্থিত জিলা চাইল্ড লাইনৰ জিলা সমন্বয়ক বুলি তেৰাঙ চিডব্লিউ চিৰ ইনষ্টিটিউনেল কেয়াৰৰ জিলা সুৰক্ষা বিষয়া বনজিত শৰ্মাই চাইল্ড লাইনৰ বিশেষত্ব আৰু কৰ্মপন্থাৰ বিষয়ে বহল ভাৱে উপস্থিত ৰাইজৰ আগত বাখ্যা কৰে৷ 

সমন্বয়ক বুলু তেৰাঙে ১৪ বছৰৰ তলৰ শিশুৰ শ্ৰমৰ আইনী অপৰাধ আৰু ১৪ বছৰৰ পৰা ১৮ বছৰলৈ থকা শিশু সকলকো গধুৰ কাম কৰিবলৈ দিয়াটোও আইনৰ দৃষ্টিত অপৰাধ বুলি কোৱাৰ লগতে তেনে শিশুক কেৱল লঘু কামেৰে অনুশীলন কৰাব পাৰে বুলি যুক্তি প্ৰদৰ্শন কৰে৷ শিশু শ্ৰমৰ লগতে বাল্যবিবাহ, মানৱ সৰবৰাহ আদিৰ ওপৰতো তেৰাঙে আলোকপাত কৰা দেখা যায়৷ এই ক্ষেত্ৰত চাইল্ড লাইনৰ ১০৯৮ নম্বৰত ফোন কৰিও ৰাইজে নিজৰ অভিযোগ পঞ্জীয়ণ কৰিব পাৰে বুলি কয় তেৰাঙে৷ আনহাতে অভিযোগকাৰাৰী নাম কৰ্তৃপক্ষই গোপন ৰাখিব বুলিও জানিবলৈ দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0