95
newsnextone.com। শিৱসাগৰঃ শিৱসাগৰ জিলাৰ টেক্সী মঠাদাংত দেওবাৰে পুৱতি নিশা সংগঠিত হয় এই জঘন্য হত্যাকাণ্ড। ক্ষীৰোদ হাজৰিকা নামৰ পাষান হৃদয়ৰ পুত্ৰই মাতৃ যোগদা হাজৰিকাক গাত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে।
