Home ৰাজ্যতেজপুৰত আৰক্ষীয়ে সুৰক্ষা দিয়ে ধৰ্ষণ কাৰী শিক্ষকক

তেজপুৰত আৰক্ষীয়ে সুৰক্ষা দিয়ে ধৰ্ষণ কাৰী শিক্ষকক

by News Desk
57 views
A+A-
Reset

www.newsnextone.com।তেজপুৰ: আৰক্ষীয়ে আটক কৰা অপৰাধীয়ে যাতে নিজৰ কু- কৰ্মৰ অনুসুচনা হয় আৰু পলাই যাৱ নোৱাৰে তাৰ বাবে অপৰাধীক হেন্দকাফ লগাই আদালতলৈ অনা হয় । কিন্ত কাালি নিজৰ বিদ্যালয়ত অধ্যায়ন কৰা এগৰাকী ছাত্ৰীক বলপুৱৰ্ক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত আটক হৈছিল শিক্ষক মুনিন্দ্ৰ সুত । আজি আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰা কালত আৰক্ষীয়ে সম্পুৰ্ন নিৰাপত্তা দি হাতত হেনকাফ নলগাই মুকলি ভাৱে ৰাজপথত ঘুৰা ফুৰা ব্যৱস্থা কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ধৰ্ষনৰ দৰে অভিযোগৰে অভিযুক্ত শিক্ষকক এনেদৰে আতিথ্য দিয়াৰ সন্দৰ্ভত সাংবাদিকে উভতি ধৰাত নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষীয়ে সৰুপানী চুৱৰ বাবে মুকলি কৰি দিয়া বুলি মন্তব্য কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0