Home ৰাজ্যপাঁচদিনৰ অন্তত আলফাই মুক্তি দিলে পবিত্ৰ গগৈক

পাঁচদিনৰ অন্তত আলফাই মুক্তি দিলে পবিত্ৰ গগৈক

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্ক |লিডুঃ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত যোৱা ১৩ অক্টোৱৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ অপহৰন কাণ্ড৷ সন্দেহযুক্ত আলফা(স্বা) ৰ প্ৰায় ১৬ জনীয়া এটা অস্ত্ৰধাৰী দলে ২ নং ফানেংৰ পবিত্ৰ গগৈ উৰফে টিকিৰাক শোৱা পাটিৰ পৰাই অপহৰণ কৰি নিয়া ঘটনাই আজি পাঁচটা দিন অতিক্ৰম কৰাৰ পাছত অৱশেষত আলফা(স্বা) ই পবিত্ৰ গগৈ ওৰফে টিকিৰাক মুকলি কৰি দিয়ে৷

আজি অৰুণাচলৰ চাংলাং জিলাৰ লংভি নামে গাৱত আলফাই পবিত্ৰ গগৈক মুকলি কৰি দিয়াৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰে পৰিয়াল আৰু প্ৰশাসনে৷ কি কাৰণে এগৰাকী সামান্য ব্যৱসায়ীক আলফাই এনেদৰে অপহৰণ কৰিছিল তাক লৈ সচেতন ৰাইজৰ মনত শংকাৰ সৃষ্টি হৈ থকাৰ সময়তে অপহৃত কৱলৰ পৰা মুক্তি পোৱা পবিত্ৰই সংবাদ মাধ্যমক দিলে স্পষ্ট স্বীকাৰোক্তি৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0