Home ৰাজ্যশিৱসাগৰত বন্ধৰ প্রভাৱ সৰ্বাত্মক

শিৱসাগৰত বন্ধৰ প্রভাৱ সৰ্বাত্মক

by News Desk
67 views
A+A-
Reset

শিৱসাগৰঃ সমগ্র ৰাজ্যতে  নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত ৪২ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্রতি  সহাৰি জনাইছে ৰাইজে। উল্লেখযোগ্য যে আগন্তুক ১৭ নৱেম্বৰত  গুৱাহাটীত ৰাজ্যৰ বঙালী সংগঠনসমুহে একত্রিত হৈ সমাবেশ আয়োজন কৰাৰ প্রতিবাদত  অসমৰ ৪২ টা জাতীয় সংগঠনে আজি ২৩ অক্টোবৰত  আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে আজি পুৱা শিৱসাগৰ নগৰৰ সমীপৰ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ‘আহোম সেনা’ ই ট্ৰায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিৱসাগৰৰ ভিন্ন প্রান্তৰত সাব্যস্ত কৰিছে প্রতিবাদ,অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই

শিৱসাগৰৰ পৰা,ধ্রুৱজ্যোতি বড়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0