64
ডিজিটেল ডেস্কঃ পুনৰ্বাৰ মাওঁবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হ’ল ছট্টিছগড়ত৷ আজি ৰাজ্যখনৰ সুকমা অঞ্চলত মাওবাদীৰ আক্ৰমনত ২৬ গৰাকী চিআৰপিএফ জোৱান নিহত হৈছে৷
আক্ৰমণত কেবাগৰাকী জোৱান আহত হৈছে৷ চিআৰপিএফৰ দলটোৱে সুকমা অঞ্চলৰ চিতাগুফাত এক পথ নিৰ্মাণ কাৰ্যৰ সুৰক্ষাত ব্যস্ত থাকোতেই সংঘটিত হয় এই ঘটনা৷