73
ডিব্রুগড়ঃ বিধায়ক প্ৰশান্ত ফুকনক মন্ত্ৰী হিচাপে বিচাৰে ডিব্ৰুগড়ৰ মহিলাসকলে। পিছে ৰাজনীতিৰ মহিমা বুজাতো তেনেই দুৰূহ। এই কথা ভালদৰেই জানে মহিলাসকলে।
সেয়ে দলৰ শীৰ্ষ নেতৃত্বক আবেদন-নিবেদন কৰাতকৈ মন্ত্ৰী সভা ৰদ-বদলত যাতে বিধায়কজনে মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে নেদেখাজনৰ শৰণাপন্ন হয় সমৰ্থক মহিলাসকল।