79
তিনিচুকীয়াঃ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি মঙলবাৰে সমগ্ৰ দেশৰ শিক্ষাখণ্ডৰ কাৰ্যালয় সমূহত ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন কৰিব৷
তাৰেই পৰিপ্ৰেক্ষিতত অসমতো সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অসমৰ সকলো শিক্ষাখণ্ডৰ কাৰ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷