Home ৰাজ্যতামুলপুৰত জনগোষ্ঠীয় নৃত্য সমাৰোহৰ আয়োজন

তামুলপুৰত জনগোষ্ঠীয় নৃত্য সমাৰোহৰ আয়োজন

by News Desk
69 views
A+A-
Reset

তামুলপুৰঃ জাতীয় “সাংস্কৃতিক ঐক্য মঞ্চ” তামুলপুৰ মহকুমা সমিতি আৰু তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১১ নবেম্বৰৰ দিনা দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত “জনগোষ্ঠীয় নৃত্য সমাৰোহ” আৰু “সেতু দ্যা ব্ৰীজ”ৰ আয়োজন কৰা হৈছে। সেইদিনা অঞ্চলটোৰ দহটা বিভিন্ন জনগোষ্ঠীৰ দহ হাজাৰ নৃত্য শিল্পীয়ে একেলগে নৃত্য পৰিৱেশন কৰিব।

উক্ত কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বন্তি প্ৰজ্বলন কৰিব তামুলপুৰৰ বিশিষ্ট অভিনেতা প্ৰফুল্ল চন্দ্ৰ মহন্ত আৰু বিশিষ্ট সাংস্কৃতিককৰ্মী মদন মোহন শৰ্মাই। পুৱা ৯-১৫  বজাত পতাকা উত্তোলন কৰিব জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ তামুলপুৰ মহকুমা সমিতিৰ সভাপতি গোপী নাথ দাস আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামেশ্বৰ ব্ৰহ্মই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0