77
ৰঙিয়াঃ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰৰ আজি অন্তিম দিনত ৰঙিয়া মহকুমাত নিশাৰ ভাগলৈ মনোনয়ন-পত্ৰ দাখিল কৰা প্ৰক্ৰিয়া অব্যাহত থাকে।
অ গ প, বি জে পি, কংগ্ৰেছ আৰু চি পি আই এম আদিকে কৰি কেইবাটাও ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিল কৰিছে। ৰঙিয়া মহকুমাৰ ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত প্ৰাৰ্থীসকলৰ লগতে ভিৰ কৰিছে বিধায়ক তথা প্ৰাক্তন বিধায়কসকল।