82
বিলাসীপাৰাঃ সমগ্ৰ দেশজুৰি আয়োজন কৰা স্বচ্চ আৰু নিৰ্মল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ভিতৰত অসমৰ ভিতৰত ১৭ খন বিদ্যালয় শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
ধুবুৰী জিলাৰ ২,২০০ খন বিদ্যালয় অংশগ্ৰহণকৰী বিদ্যালয়ৰ ভিতৰত দুখন বিদ্যালয় ক্রমে চাপৰ শালকোচা শিক্ষা খণ্ডৰ ১৪০০ নং লালকুৰা প্ৰাথমিক বিদ্যালয় আৰু বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ KGB প্ৰাথমিক বিদ্যালয় শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।