Home ৰাজনীতিপঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত গোৱালপাৰাত দলত্যাগৰ ঢৌ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত গোৱালপাৰাত দলত্যাগৰ ঢৌ

by News Desk
73 views
A+A-
Reset

গোৱালপাৰাঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত গোৱালপাৰা জিলাত দলত্যাগৰ ঢৌ উঠিছে। এ আই ইউ ডি এফৰ প্ৰতি মোহভংগ আৰু কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত একনায়কত্ব চলি থকাত ৰাইজে দুয়ো দলৰ প্ৰতি অনীহা প্ৰকাশ কৰি অসম গণ পৰিযদ দললৈ ঢাপলি মেলিছে।

বৃহস্পতিবাৰে অসম গণ পৰিষদৰ গোৱালপাৰা জিলা কাৰ্যালয়ত হোৱা বৈঠকত কংগ্ৰেছ দলৰপৰা শতাধিক কৰ্মীয়ে মুকলিভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। সভাত অ গ প দলৰ কেন্দ্ৰীয়  সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, গোৱালপাৰা জিলা সাধাৰণ সম্পাদক ৰত্নাকৰ দাস, কেন্দ্ৰীয় প্ৰতিনিধি কল্যাণ দাসৰ উপস্থিতিত গোৱালপাৰা জিলা কংগ্ৰেছ নেত্ৰী, গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী এনজিলা বেগমৰ লগতে মৰিয়ম নগৰৰ বিশিষ্টা সমাজকৰ্মী গুলেনুৰ চুলতানাৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মী অসম গণ পৰিষদ দলত যোগদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0