Home ৰাজনীতিঅামছু এৰি বেলট যুদ্ধলৈ ১২ নেতা

অামছু এৰি বেলট যুদ্ধলৈ ১২ নেতা

by News Desk
110 views
A+A-
Reset

খাৰুপেটীয়াঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ মাজত মাত্র কেইটিমান দিন মান বাকী। প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থী সকলৰ মনোনয়ন-পত্ৰও পৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ গ’ল। নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ সিমানে তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ছাত্ৰ সংগঠনৰ লগতে জাতীয় অন্য কেইবাটাও সংগঠনৰ নেতা কৰ্মী সকলে ঢাপলি মেলা দেখা গৈছে।

ছাত্ৰ সংগঠন আমছুৰ ১২ জনকৈ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মীয়ে ইতিমধ্যে কংগ্ৰেছ, বি জে পি আৰু এ আই ইউ ডি এফ আৰু অ গ প আদি ৰাজনৈতিক দলৰ টিকট লৈ নিৰ্বাচন খেলিবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে। আমছুৰ নেতা-কৰ্মীৰ পঞ্চায়ত নিৰ্বাচনৰ ফালে ঢাপলি মেলা  সন্দৰ্ভত  দৰং জিলা আমছুৰ  সভাপতি আলেপ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মাহবুবুল হকে এক সংবাদমেলযোগে আমছুৰ বেনাৰত নিৰ্বাচনৰ প্ৰচাৰ নকৰিবলৈ  আহ্বান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0