Home ৰাজ্যকাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য হৰেনছিং বে’ক উষ্ম আদৰণি-সম্বৰ্ধনা ৰংখাং সমষ্টিবাসীৰ

কাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য হৰেনছিং বে’ক উষ্ম আদৰণি-সম্বৰ্ধনা ৰংখাং সমষ্টিবাসীৰ

by News Desk
A+A-
Reset
43588eea-ee82-42df-8a85-597ba94449a6 (1)

খেৰণিঃ বৈঠালাংছ’ বিধানসভা সমষ্টি তথা পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদীয় ৰংখাং সমষ্টিত আজি এক উৎসৱমুখৰ পৰিৱেশেৰে পৰম্পৰাগত জনগোষ্ঠীয় নৃত্য গীতেৰে বৃহত্তৰ সমষ্টিটোৰ বিভিন্ন স্থানত কাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য হৰেনছিং বে’কক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনাই ৰংখাং সমষ্টিবাসীয়ে। 

এক অাৱতৰিয়া দিপাৱলীসদৃশ পৰিৱেশেৰে ভেলাপাৰা, ঘেলানি, সাতগাওঁ, বৰথল, দলনী আদি স্থানত সহস্ৰাধিক পুৰুষ মহিলাই কাৰ্বি, গাৰো, বড়ো জনগোষ্ঠীয় মাফলা, অসমীয়া গামোচা আদিৰে উষ্ম আদৰণি-সম্বৰ্ধনা জনাই নৱ নিযুক্ত কাৰ্যবাহী সদস্যগৰাকীক। শেহতীয়াকৈ কাৰ্যবাহী সদস্যগৰাকীৰ গৃহসমষ্টিৰ দলনিত বৈঠালাংছ’ বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি দিত্যলাল হাষ্ণু, সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, বিজেপি দলীয় নেতৃবৃন্দৰ উপস্থিতিত এখন আদৰণি সভাও আয়োজন কৰে ৰংখাং মণ্ডল বিজেপিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0