Home ৰাজনীতিহাতীচোঙত বিধায়িকা আঙুৰলতাৰ ৰণডঙ্কা,কংগ্ৰেছক তীব্ৰ আক্ৰমণ

হাতীচোঙত বিধায়িকা আঙুৰলতাৰ ৰণডঙ্কা,কংগ্ৰেছক তীব্ৰ আক্ৰমণ

by News Desk
A+A-
Reset
angur

নগাঁওঃ “লাখ লাখ টকাত এ পি এচ চিৰ চাকৰি বেচা,এনৰেগাৰ টকা-লুটি খোৱা,পোন্ধৰ বছৰীয়া অপশাসন,দুৰ্নীতি ভ্ৰষ্টাচাৰৰে ৰাজ্যখনক বিধ্বঃস্ত কৰি পেলোৱা কংগ্ৰেছক কোনো কাৰণতে পুনৰবাৰ পঞ্চায়ত দখল কৰিবলৈ সুযোগ নিদিব৷ কংগ্ৰেছে সুত-কম্বল-আঠুঁৱাৰ ৰাজনীতিৰে ৰাইজক বছৰ বছৰ ধৰি ঠগাই আহিছে৷” আজি বটদ্ৰৱা সমষ্টিৰ কাকমাৰী,মাজ জাজৰি আৰু নিজ হাতীচোং পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভাত অংশলৈ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই এনেদৰে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে৷  

নিজ হাতীচোঙৰ কলবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশলৈ বিধায়িকা গৰাকীয়ে কয় যে ৰাইজক এতিয়া উন্নয়ন লাগে৷ বিজেপি চৰকাৰ অহাৰ পাছত  বটদ্ৰৱা সমষ্টিত উন্নয়নৰ বতাহ বলিছে৷ সেয়ে ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিধায়িকা গৰাকীয়ে আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0