Home ৰাজনীতিমুখ্যমন্ত্ৰী সোনোৱালৰ মাৰ্ঘেৰিটাত বিশাল নিৰ্বাচনী সভা

মুখ্যমন্ত্ৰী সোনোৱালৰ মাৰ্ঘেৰিটাত বিশাল নিৰ্বাচনী সভা

by News Desk
102 views
A+A-
Reset

লিডুঃ ৰাজ্যৰ সকলোতে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ৰাজনৈতিক দল সমূহৰ মাজত এতিয়া  ব্যাপক তৎপৰতা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে ৷ কি অপগ, কি কংগ্ৰেছ সকলোৱে এতিয়া নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে অভিনৱ কৌশলেৰে  নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে ৷ 

পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠ বিজেপিৰ প্ৰাৰ্থী সকলো৷ আজি মাৰ্ঘেৰিটাত শাসনাধিষ্ঠ বিজেপিৰ প্ৰাৰ্থী সকলে এক বিশাল  নিৰ্বাচনীকেন্দ্ৰীক জনসভাৰ আয়োজন কৰে ৷ এই সভাত উপস্থিত থাকে অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু  ৰাজ্যিক বিজেপিৰ  বহুকেইজন প্ৰভাৱশালী নেতা ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0