Home ৰাজনীতিহাতীচোঙত বিধায়িকা আঙুৰলতাৰ ৰণডঙ্কা,কংগ্ৰেছক তীব্ৰ আক্ৰমণ

হাতীচোঙত বিধায়িকা আঙুৰলতাৰ ৰণডঙ্কা,কংগ্ৰেছক তীব্ৰ আক্ৰমণ

by News Desk
99 views
A+A-
Reset

নগাঁওঃ “লাখ লাখ টকাত এ পি এচ চিৰ চাকৰি বেচা,এনৰেগাৰ টকা-লুটি খোৱা,পোন্ধৰ বছৰীয়া অপশাসন,দুৰ্নীতি ভ্ৰষ্টাচাৰৰে ৰাজ্যখনক বিধ্বঃস্ত কৰি পেলোৱা কংগ্ৰেছক কোনো কাৰণতে পুনৰবাৰ পঞ্চায়ত দখল কৰিবলৈ সুযোগ নিদিব৷ কংগ্ৰেছে সুত-কম্বল-আঠুঁৱাৰ ৰাজনীতিৰে ৰাইজক বছৰ বছৰ ধৰি ঠগাই আহিছে৷” আজি বটদ্ৰৱা সমষ্টিৰ কাকমাৰী,মাজ জাজৰি আৰু নিজ হাতীচোং পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভাত অংশলৈ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই এনেদৰে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে৷  

নিজ হাতীচোঙৰ কলবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশলৈ বিধায়িকা গৰাকীয়ে কয় যে ৰাইজক এতিয়া উন্নয়ন লাগে৷ বিজেপি চৰকাৰ অহাৰ পাছত  বটদ্ৰৱা সমষ্টিত উন্নয়নৰ বতাহ বলিছে৷ সেয়ে ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিধায়িকা গৰাকীয়ে আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0